108.Abundance

  1. নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।
  2. এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।
  3. নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।