103.The Declining Day, Epoch

  1. সময়ৰ শপত
  2. নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত
  3. কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।